কাবেৰী কছাৰী ৰাজকোঁৱৰ

প্ৰত্যাবৰ্তন
(অনুপ চেতিয়া মহাশয় সমীপেষু)
হেজাৰ নিসংগ নিৰ্জন ৰাতি কেনেদৰে
পাৰ হৈছিল নাজানো....
কাৰাগাৰৰ সময় দীঘলৰ পৰা দীঘলতৰ
আঘোনৰ সোনালী ধানৰ মালিতা...
ৰবাব টেঙাৰ ৰঙা জিম চিঠি পালে উত্তৰ
দিম...দিনৰ মাদকতাত তামৰঙী প্ৰলেপ
সূৰ্য দিনৰ গান ...
স্বাধীনতা.এখন স্বদেশ সেউজ অসমভূমি...

কবিঃ  কাবেৰী কছাৰী ৰাজকোঁৱৰ

No comments:

Post a Comment