শেষ ঠিকনা
মোৰ চাইকেলৰ কেৰিয়াৰত উঠিবানে অনুপমা
তোমাক মই জীৱন দেখুৱাম ৷
বিলাসিতাৰ শেষ প্ৰান্তত যি জীৱন মানুহে বিচাৰে
যি প্ৰাপ্তিত মানুহে বিচাৰি লয় শেষ ঠিকনা ৷
মোৰ চাইকেলৰ কেৰিয়াৰত উঠাচোন অনুপমা ৷
"চেনেহী চিঁয়াহী" হৈছে অসমীয়া ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঢ়ি তোলা এক একক ডিজিটেল মঞ্চ। অসমীয়া ভাষাৰ জয়যাত্ৰাত আমাৰ সৈতে অংশীদাৰ হওক। আমি বিচাৰিছোঁ আপোনাৰ মনৰ অনুভৱবোৰ আমাৰ এই মঞ্চৰ জৰিয়তে পৃথিৱীয়ে পঢ়ক। গল্প, অণু-গল্প, কবিতা আৰু অনুবাদমূলক সাহিত্যৰ এক সুন্দৰ সংমিশ্ৰণ এই ব্লগত উপলব্ধ হ’ব। আপোনাৰ মৌলিক লিখনিসমূহ আমালৈ অসমীয়া লিপিত ই-মেইল যোগে প্ৰেৰণ কৰিব পাৰে। ই-মেইল: senehisiyahi@gmail.com / tapanchandra999@gmail.com
No comments:
Post a Comment