poems
December 22, 2018
0 Comments
poems
December 22, 2018
0 Comments
শূন্যতা
প্ৰতিটো টোপালত শূন্যতা
শূন্যতাবোৰ মুকুতা
তুমি আহিবা
মই যাম
আকাংক্ষা চুমাৰ ।।
ওঠেৰে নিগৰি
কলিজা জীপাল কৰা শূন্যতাবোৰ
এজাক শীতল ধুমুহা ।।
তপন চন্দ্ৰ তালুকদাৰ
প্ৰতিটো টোপালত শূন্যতা
শূন্যতাবোৰ মুকুতা
তুমি আহিবা
মই যাম
আকাংক্ষা চুমাৰ ।।
ওঠেৰে নিগৰি
কলিজা জীপাল কৰা শূন্যতাবোৰ
এজাক শীতল ধুমুহা ।।
তপন চন্দ্ৰ তালুকদাৰ
