"চেনেহী চিঁয়াহী"ৰ যাত্ৰাত আপুনিও অংশীদাৰ হওক
অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এই নিৰন্তৰ যাত্ৰাক অধিক গতিশীল কৰিবলৈ আমি প্ৰতিগৰাকী অসমীয়াৰ সহযোগিতা আৰু প্ৰতিনিধিত্ব আন্তৰিকতাৰে কামনা কৰিছো। আপোনাৰ সৃষ্টিশীল লেখা, গঠনমূলক পৰামৰ্শ বা সহযোগিতাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক:
📩 ই-মেইল: senehisiyahi@gmail.com
📞 ফোন/হোৱাটছএপ: +৯১ ৮৬৩৮৫ ৬১১২৫
আহক, আমি একেলগে আমাৰ ভাষা-সংস্কৃতিক ন-ৰূপত উদযাপন কৰোঁ।
No comments:
Post a Comment