ডা০ভূপেন শইকীয়া


চেনেহী চিয়াহি

চিয়াহি আজি এক নষ্টালজিয়া
পাহৰিব ধৰা চিয়াহি কলম
দিস্তা কাগজত শুৱনি আখৰেৰে ভৰাব খোজা পৃষ্ঠা
সময়ত গতিবানত যেন উটি যাব ধৰিছে
চিয়াহি কলমৰ যুগ হয়তো নাহিব আকৌ দুনাই
আজি যি নতুন সেয়াও হয়তো হব পুৰণি কালিলৈ
সেয়ে এয়া মাথো মৰমৰ স্মৰণ চিনাকী চিয়াহি তোমাক আখৰৰ মাজেৰে !



ডা০ভূপেন শইকীয়া

No comments:

Post a Comment