"চেনেহী চিয়াঁহী" ৰ এই যাত্ৰাত জড়িত হবলৈ যোগাযোগৰ ঠিকনাঃ
ই-মেইলঃ senehisiyahi@gmail.com
মোবাইলযোগেও আমাৰ লগত সহযোগিতা তথা পৰামৰ্শ দিব পাৰেঃ
+৯১-৭০৮৬৫০০৯১৯
প্ৰতিজন অসমীয়াৰ সহযোগীতা তথা প্ৰতিনিধিত্বৰ মুকলি আহ্বান কৰিছো ৷
"চেনেহী চিঁয়াহী" হৈছে এটা অসমীয়া ব্লগ..। য’ত অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা...। সকলো ন-পুৰণি লেখক-লেখিকাৰ লিখনি সমূহ (গল্প, অণু গল্প, কবিতা, অনুবাদমুলক গল্প / কবিতা ইত্যাদি) প্ৰকাশ কৰা হব...। লগতে লিখনি সমূহ অসমীয়া লিপিত লিখি senehisiyahi@gmail.com , tapanchandra999@gmail.com ত পঠাব পাৰিব.....। সকলোৰে সহযোগিতা আমাৰ কাম্য....। ধন্যবাদ....।
No comments:
Post a Comment