Pages

অসমীয়া নিউজ পেপাৰ সমূহৰ লিংক

বেঙ্গলী নিউজ পেপাৰৰ লিংক

অসমৰ হিন্দী নিউজ পেপাৰ সমূহ

অসমৰ ইংৰাজী নিউজ পেপাৰ সমূহৰ লিংক

Saturday, 22 December 2018


কৌকিল কোণ্ঠি  “ দীপালী বৰঠাকুৰলৈ ” শ্ৰদ্ধাঞ্জলী

শূন্যতা

প্ৰতিটো টোপালত শূন্যতা
শূন্যতাবোৰ মুকুতা
তুমি আহিবা
মই যাম
আকাংক্ষা চুমাৰ ।।

ওঠেৰে নিগৰি
কলিজা জীপাল কৰা শূন্যতাবোৰ
এজাক শীতল ধুমুহা ।।

তপন চন্দ্ৰ তালুকদাৰ